মানৱ বন্দনা
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) অতি চমু প্রশ্ন : মূল্যাংক : ১
১। ‘প্ৰতিমাৰ খনিকৰ‘ কাক আখ্যা দিয়া হৈছে? [HS ‘09, ‘11]
২। “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।”
— কথাষাৰৰ বক্তা কোন আছিল? [HS ‘10]
৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্ৰথম কবিতা-পুথিখনৰ নাম কি? [HS ‘15]
8। চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম লিখা ৷ [HS ‘16]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :
(ক) মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ ৷[HS ‘09]
(খ) মানুহেই দেৱ মানুহেই সেৱ [HS ‘12, 15]
মানুহ বিনে নাই কেৱ ।
কৰা কৰা পূজা পাদ্য অর্ঘ্য্ লই
জয় জয় মানৱ দেৱ।
(গ) মানুহৰ মৰম বুজিব মানুহে
ধৰম যে মৰমতে। [HS ‘13, ‘17]
২৷ ‘মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।‘
____ কবিয়ে মানুৰ বিষয়ে এনেদৰে কোৱাৰ কাৰণ কি [HS’10]
৩। ‘এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।‘
—কবিয়ে কিয় এনেদৰে কৈছে? [HS ‘11]
৪। ‘প্ৰতিমাখনি সৰু, কিন্তু নিভাঁজ সোণৰ’
____কোনে আৰু কি প্ৰসংগত এই মন্তব্যটি আগবঢ়াইছিল? [HS ‘12]
৫।‘জোনাকী‘ কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম লিখা । [HS ‘13]
৬।প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন? [HS ‘14]
(গ) ৰচনাধর্মী প্রশ্ন : মূল্যাংক : ৫
১।‘মানৱ বন্দনা” কবিতাটিৰ অৰ্ন্তনিহিত সাৰমৰ্মৰ আভাস দিয়া। [HS’14,’18]
২।‘মানৱ বন্দনা‘ কবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে, লিখা ।[HS ‘16]
Type: Himashree Bora.