কপিলীপৰীয়া সাধু
H.S. পৰীক্ষাত অহা প্ৰশ্ন
(ক) অতি চমু প্রশ্ন : মূল্যাংক : ১
১। ৰূপায়ে পঢ়া ‘পাতচেলা ইচ্কুল‘-খনৰ পণ্ডিতগৰাকীৰ নাম কি? [HS ‘08]
২। ৰূপায়ে ‘চৰাজ‘ হ‘লেই শৰণ ল‘ব খোজা ব্যক্তিজনৰ নাম কি? [HS ‘09]
৩। ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম কি? [HS’10]
৪। ৰূপাইয়ে ‘চুধাংচু’ বাবুক প্রথমে ক’ত লগ পাইছিল ? [HS ‘11, ‘13]
৫। ৰূপায়ে দীনবন্ধু উকীলক কি বুলি সম্বোধন কৰিছিল ? [HS’12]
৬। ‘কপিলীপৰীয়া সাধু’ৰ লেখক কোন? [HS’14]
৭। ‘তিলক গোসাই” কোন ? [HS ‘16]
৮। বুৰঞ্জী শব্দটো কোন ভাষাৰ ? [HS ‘16]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। চমুটোকা লিখা (৪ নম্বৰ কৈ) :
ৰূপাই [HS ’07, 14, 16, 18], সোণপাহী [HS 07, 211], ধীৰ সিং [HS ‘07], ভাঙুৰী ভকত [HS’08, 10, 12, 14, 17], চুধাংচু বাবু [HS ’08,15], মিঃ পিল্লাই [HS ‘08], ৰঙিলী [HS ‘08,’11, ‘12], হৰিয়া [HS’09, 15, ‘17], ব‘ম বাবা [HS’09], বেথাৰাম পণ্ডিত [HS ’09, ‘11], বসু গোসাঁই [HS’09], চামগুৰীয়া [HS’10,’12,’15, ‘17], তিলক গোঁসাই [HS ‘10; 18], দীনবন্ধু উকীল [HS ‘10], সুলভ দোকানী [HS 11, ‘14,’16,’18], হেমো গাওঁবুঢ়া [HS ’12] দীনবন্ধু উকীল [HS’13], বেথাৰাম পণ্ডিত [HS’13], সোণপাহী [HS’ 13,’16], তিলক গোসাঁই [HS 13, 15], গোসাঁই পুখুৰী [HS ’14, 17, 18], কপিলী [HS ‘16],
২। জেলত থকা সময়ছোৱাত ৰূপায়ে লাভ কৰা অভিজ্ঞতাসমূহ চমুকৈ বৰ্ণনা কৰা। [HS ‘08]
৩। “পতু জনেই আমি দাঁতিয়লীয়ে মানুহ। শৰণ মলে জাতত নুঠো।” কোনে, কাক এই কথা কৈছিল ? [HS ‘08]
৪। সন্তোষ বঙালৰ টোল‘-ৰ বিষয়ে ‘কপিলীপৰীয়া সাধু-ত কি কথা পোৱা যায়, লিখা।[HS ‘08]
৫। উকীলৰ ঘৰত থকা কালছোৱাত ৰূপাই কি কি ঘটনাৰ সম্মুখীন
হৈছিল তাৰ এটি চমু বিৱৰণ দিয়া।[HS ‘09, ‘13]
৬। “লোকে হাতৰ কাণৰ বেচি চেচিও ল‘ৰা চৰা পঢ়ায় ঈশ্বৰৰ কৃপাত তোমাৰ তামোল টেঙাৰ বাৰীখনেই দুই দেৰকুৰি টকা দিয়ে—তুমিনো নোৱাৰিবা কিয়।” কোনে, কাক এনেদৰে কৈছিল? [HS ’09]
৭। ‘গোসাঁই পুখুৰী‘ সম্বন্ধে ‘কপিলীপৰীয়া সাধু‘ত কি কথাৰ উল্লেখ আছে, লিখা।[HS ‘09]
৮। সোণপাহী আৰু ৰূপাইৰ অন্তিম সাক্ষাত ক‘ত কিদৰে হৈছিল বুজাই লিখা।[HS ‘10, ‘12]
৯। “কপিলীয়েই আমাক চিনাকি কৰিলে…. কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।” – কোনে কাক এনেদৰে কৈছিল?
১০। সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল, চমুকৈ লিখা ।[HS ‘10, ‘13]
১১। ধীৰচিংহঁতৰ গাঁওখনৰ বিষয়ে চমুকৈ লিখা। [HS 11]
১২। “মোৰ কথাবোৰ বাৰু বেঁকাই—তই চিধা বাট ল।”
— কোনে, কাক এনেদৰে কৈছিল? [HS 11, 15, 17]
১৩। “মই তেওঁৰ সত্ৰত শৰণ ল‘ব খোজা নাই নহয় পিতাই, তেওঁতহে শৰণ ল‘ম।”— ইয়াত কোনে, কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ? [HS’11, ‘13]
১৪। “মই শিচ্ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচ্হে। কোনে,কাক এনেদৰে কৈছিল? [HS’12]
১৫। ৰূপাইহঁতৰ গাৱঁৰ দোকানীজনৰ নাম কি? ‘কপিলীপৰীয়া সাধু‘ উপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈমাছ একুৰিৰ মূল্য কিমান? [HS’12]
১৬। বেথাৰাম কোন? তেওঁৰ আচল ঘৰ ক‘ত আছিল? চমুকৈ লিখা। [HS 14,’16]
১৭। বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি? [HS’14,’16]
১৮। “সেইলান কি হা?” এনেকৈ কোনে, কাক কৈছিল? [HS’14]
১৯ । ৰূপাই কোন ? তেওঁৰ চাৰিত্ৰিক কাৰ্যকলাপৰ বিষয়ে চমুকৈ লিখা।[HS ‘ 15, ‘17]
২০। “কোন? সেই “বৈদী‘ গোঁসাই”?
কোনে, কাক ‘কৈদী‘ গোঁসাই বুলি কৈছে? [HS ‘15]
(গ) ৰচনাধৰ্মী প্ৰশ্নঃ মূল্যাংকঃ৫
১। ‘কপিলীপৰীয়া সাধু‘ উপন্যাসত প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ নিবিড় সম্পর্ক কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা। [HS ‘07]
২। ‘কপিলীপৰীয়া সাধু’ উপন্যাসৰ তিলক গোসাই অথবা ধীৰ চিঙৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা। (HS ‘08)
৩। কপিলীপৰীয়া সাধু‘ উপন্যাসত ৰূপাই আৰু সোণপাহীৰ সম্পর্ক কেনেদৰে দেখুৱা হৈছে, বিবৰি লিখা। [HS 09 ]
৪। কপিলীপৰীয়া সাধুত বর্ণিত বানপানীৰ দৃশ্য তোমাৰ ভাষাৰে বিৱৰি লিখা । [HS ‘10, ‘12, ‘14, ‘17]
৫। কপিলীপৰীয়া সাধু-ত বর্ণিত গোসাঁই পুখুৰীৰ এটি বিৱৰণ দাঙি ধৰা।[HS 11, ‘13]
৬। কপিলীপৰীয়া সাধু’ত বৰ্ণিত ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা ঘটনাটোৰ বিৱৰণ দিয়া ।[HS 12]
৭। “কপিলী দুখৰো চকুলো——আনন্দৰো চকুলো।”
এই উক্তিৰ আধাৰত ‘কপিলীপৰীয়া সাধু‘ উপন্যাসৰ এটি। আলোচনা আগবঢ়োৱা । [HS ‘15]
(গ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪/৫/৬
১। “কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন।” এই উক্তিৰ আধাৰত ‘কপিলীপৰীয়া সাধু‘ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।[HS ‘16]
২। “এই বাঘে খোৱা, এই কেইদিন অহা নাই কিয় ?”
— এনেকৈ কোনে কাক কৈছিল ? [HS ‘18]
৩। “বুকুখন পিহি দিম নেকি ?”
— কোনে কাক এনেকৈ কৈছিল ? [HS’18]
(গ) ৰচনাধর্মী প্রশ্ন : মূল্যাংক : ৪/৫/৬
১। ‘কপিলী দুখৰো চকুলো আনন্দৰো চকুলো।‘— এই উক্তিৰ আধাৰত ‘কপিলীপৰীয়া সাধু‘ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।[HS ‘18]
২। বসু কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা ৷[HS’18]
Type: Himashree Bora.