১। কিমান চনত প্ৰথমখন মানৱ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল?
(ক) ১৯৯০ চনত
(খ) ২০১০ চনত
(গ) ১৮৯০ চনত
Answer: (ক) ১৯৯০ চনত
২। ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত কেইটা ধাৰণা সন্নিৱিষ্টি কৰা হৈছে?
(ক) দুটা
(খ) পাচঁটা
(গ) তিনিটা
Answer: (গ) তিনিটা
৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত পৰিকল্পানা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছিল?
(ক) ২০১৬ চনত
(খ) ২০১৪ চনত
(গ) ২০১৩ চনত
Answer: (খ) ২০১৪ চনত
৪। NITI আয়োগৰ প্ৰথমখন বৈঠক কিমান চনত অনুষ্ঠিত হৈছিল?
(ক) ১৯৭৮ চনৰ জুন মাহত
(খ) ২০১৫ চনৰ ৫ ফেব্ৰুৱাৰী
(গ) ১৮৯৭ চনৰ ২ জানুৱাৰী
Answer: (খ) ২০১৫ চনৰ ৫ ফেব্ৰুৱাৰী
৫। NITI আয়োগৰ অধ্যয় কোন?
(ক) ৰাষ্ট্ৰপতি
(খ) প্ৰধানমন্ত্ৰী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) প্ৰধানমন্ত্ৰী
৬। NITI আয়োগৰ প্ৰথমখন বৈঠক কত অনুষ্ঠিত হৈছিল?
(ক) দিল্লীত
(খ) মুম্বাই
(গ) অসম
Answer: (ক) দিল্লীত
৭। ভাৰতীয় প্ৰশাসন ব্যৱস্তাৰ কেইটা স্তৰ আছে?
(খ) এটা
(খ) দুটা
(গ) তিনিটা
Answer: (গ) তিনিটা
৮। যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্যৱস্থাক কি বোলা হয়?
(ক) মিশ্ৰিত আৰ্থিক ব্যৱস্থা
(খ) শিক্ষা ব্যৱস্থা,
(গ) চিকিৎসা ব্যৱস্থা
Answer: (ক) মিশ্ৰিত আৰ্থিক ব্যৱস্থা
৯। HDI সম্পূণ অৰ্থ কি?
(ক) Human Development Index
(খ) Human Declared Insured
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) Human Development Index
১০। NITI সম্পূণ অৰ্থ কি?
(ক) National Institute for Tuberculosis India
(খ) National Institution for Transforming India
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) National Institution for Transforming India