১। পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ?
(ক) ৪৫৮ নিযুত
(খ) ৫১০ নিযুত
(গ) ৪৫৬ নিযুত
Answer: (খ) ৫১০ নিযুত
২। পৃথিৱীৰ মুঠ স্থলভাগ কিমান শতাংশ আগুৰি আছে?
(ক) ২৯ শতাংশ
(খ) ৩৭ শতাংশ
(গ) ৩৯ শতাংশ
Answer: (ক) ২৯ শতাংশ
৩। ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান কোটি?
(ক) ২৮৯ কোটি
(খ) ২৩০ কোটি
(গ) ৭৩০ কোটি
Answer: (গ) ৭৩০ কোটি
৪। ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰে আগুৰি থকা বৃহৎ অংশটোক কি বোলা হয়?
(ক) জলমণ্ডল
(খ) স্থলমণ্ডল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) জলমণ্ডল
৫। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে?
(ক) ৭৮ শতাংশ
(খ) ৯০ শতাংশ
(গ) ১০০ শতাংশ
Answer: (খ) ৯০ শতাংশ
৬। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ?
(ক) প্ৰশান্ত মহাসাগৰ
(খ) আৰৱ মহাসাগৰ
(গ) উত্তৰ মহাসাগৰ
Answer: (ক) প্ৰশান্ত মহাসাগৰ
৭। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ ক্ষুদ্ৰতম?
(ক) প্ৰশান্ত মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) উত্তৰ মহাসাগৰ
Answer: (গ) উত্তৰ মহাসাগৰ
৮। গড় হিচাপত মহাসাগৰৰ গভীৰতা প্ৰায় কিমান মিটাৰ?
(ক) ৫০০০ মিটাৰ
(খ) ৪০০০ মিটাৰ
(গ) ৩০০০ মিটাৰ
Answer: (খ) ৪০০০ মিটাৰ
৯। প্ৰশান্ত মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?
(ক) ১৮৯ নিযুত
(খ) ১৭৯ নিযুত
(গ) ১৬৫ নিযুত
Answer: (গ) ১৬৫ নিযুত
১০। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?
(ক) ৬০০ মিটাৰ
(খ) ৫০০ মিটাৰ
(গ) ৪০০ মিটাৰ
Answer: (খ) ৫০০ মিটাৰ
১১। প্ৰশান্ত মহাসাগৰৰ সৰু-ডাঙৰ কমেও কিমানটা সামুদ্ৰিক দ্বীপ আছে?
(ক) ২০,০০০ টা
(খ) ১৫,০০০ টা
(গ) ১০,০০০ টা
Answer: (ক) ২০,০০০ টা
১২। আটলান্টিক মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?
(ক) ১৩৪ নিযুত
(খ) ৮২ মিযুত
(গ) ৭৮ নিযুত
Answer: (খ) ৮২ মিযুত
১৩। আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ দৰে?
(ক) J আখৰৰ দৰে
(খ) V আখৰৰ দৰে
(গ) S আখৰৰ দৰে
Answer: (গ) S আখৰৰ দৰে
১৪। আটলান্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?
(ক) ৩০০০ মিটাৰ
(খ) ৫০০০ মিটাৰ
(গ) ৭০০০ মিটাৰ
Answer: (ক) ৩০০০ মিটাৰ
১৫। ভাৰত মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?
(ক) ৭৮ নিযুত
(খ) ৭৩ নিযুত
(গ) ৮৪ নিযুত
Answer: (খ) ৭৩ নিযুত
১৬। ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?
(ক) ৪০০০ মিটাৰ
(খ) ৫০০০ মিটাৰ
(গ) ৬০০০ মিটাৰ
Answer: (ক) ৪০০০ মিটাৰ
১৭। এছিয়া মহাদেশৰ মাটিকালি কিমান?
(ক) ৪৪.৭
(খ) ৪৪.৬
(গ) ৪৪.৫
Answer: (খ) ৪৪.৬
১৮। ওছেনিয়া মহাদেশৰ মাটিকালি কিমান?
(ক) ৮.১
(খ) ৭.৩
(গ) ৭.৩৩
Answer: (ক) ৮.১
১৯। আফ্ৰিকা মহাদেশৰ মুঠ কিমান খন দেশ আছে?
(ক) ৫৪ খন
(খ) ৫৩ খন
(গ) ৪০ খন
Answer: (খ) ৫৩ খন
২০। ২০১৪ চনৰ মতে আমেৰিকা জনসংখ্যা কিমান ?
(ক) ৮০৫ নিয়ুত
(খ) ৪০৭ নিয়ুত
(গ) ৬০৭ নিয়ুত
Answer: (খ) ৪০৭ নিয়ুত