১। বিনিময় প্ৰথাৰ কোইটা অসুবিধা মন কৰিবলগীয়া?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
Answer: (গ) চাৰিটা
২।মুদ্ৰাৰ ক্ৰমবিকাশৰ কেইটা পৰ্যায় আছে?
(ক) দুটা
(খ) পাটা
(গ) চাৰিটা
Answer: (খ) পাচঁটা
৩। মুদ্ৰাৰ কেইটা বৈশিষ্ট্য মন কৰিবলগীয়া?
(ক) তিনিটা
(খ) পাছটা
(গ) আঠটা
Answer: (গ) আঠটা
৪। কি সামগ্ৰিৰ মূল্য় নাথাকে ?
(ক) মুক্ত
(খ) সক্ৰিয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়?
Answer: (ক) মুক্ত
৫। মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক কি বুলি কোৱা হয়?
(ক) গৌণ
(খ) মুখ্য
(গ) মধ্য
Answer: (খ) মুখ্য
৬। মুদ্ৰা কেই প্ৰকাৰৰ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
Answer: (খ) দুই প্ৰকাৰৰ
৭। কি মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে?
(ক) ধাতুগত মুদ্ৰা
(খ) জন্তু মুদ্ৰা
(গ) কাগজী মুদ্ৰা
Answer: (গ) কাগজী মুদ্ৰা
৮। কি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত?
(ক) সামগ্ৰী মুদ্ৰা
(খ) বিহিত মুদ্ৰা
(গ) ধাতুগত মুদ্ৰা
Answer: (খ) বিহিত মুদ্ৰা
৯। বিহিত মুদ্ৰা কেই প্ৰকাৰৰ?
(ক) পাচঁ প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) দুই প্ৰকাৰৰ
Answer: (গ) দুই প্ৰকাৰৰ
১০। বিনিময় প্ৰথাৰ সামগ্ৰী কি মুদ্ৰা আছিল?
(ক) সামগ্ৰী মুদ্ৰা
(খ) বিহিত মুদ্ৰা
(গ) কাগজী মুদ্ৰা
Answer: (ক) সামগ্ৰী মুদ্ৰা
১১। কি মুদ্ৰা নাথাকিলে লেনদেলৰ ক্ষেত্ৰত আহুকাল দেখা যায়?
(ক) অবিহিত মুদ্ৰা
(খ) আদেশী মুদ্ৰা
(গ) সসীম বিহিত মুদ্ৰা
Answer: (গ) সসীম বিহিত মুদ্ৰা
১২। চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা কি মুদ্ৰা সমৰ্থিত?
(ক) প্ৰতীক মুদ্ৰা
(খ) আদেশী মুদ্ৰা
(গ) অবিহিত মুদ্ৰা
Answer: (খ) আদেশী মুদ্ৰা
১৩। ৰিক্স বেংক কিমান চনত স্থাপিত হৈছিল?
(ক) ১৬৮৯ চনত
(খ) ১৯৮৯ চনত
(গ) ১৬৫৬ চনত
Answer: (গ) ১৬৫৬ চনত
১৪। সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো নাম কি?
(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক
(খ) ৰিক্স বেংক
(গ) কেন্দ্ৰীয় বেংক
Answer: (খ) ৰিক্স বেংক
১৫। ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল ?
(ক) ১৮৯০ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯৮৯ চনত
Answer: (খ) ১৯৩৫ চনত
১৬। SBI সম্পূণ অৰ্থ কি?
(ক) State Bank of India
(খ) Small Bank of India
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) State Bank of India
১৭। সঞ্চয় কেই প্ৰকাৰৰ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
Answer: (গ) তিনি প্ৰকাৰৰ
১৮। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভৰতবৰ্ষৰ মুঠ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?
(ক) ৩৭ শতাংশ
(খ) ৩৮ শতাংশ
(গ) ৩৬ শতাংশ
Answer: (গ) ৩৬ শতাংশ
১৯। কিমান চনত নাবাৰ্ড স্থাপন কৰা হৈছিল?
(ক) ১৯৮২ চনত
(খ) ১৭৮৯ চনত
(গ) ১৭৬৭ চনত
Answer: (ক) ১৯৮২ চনত
২০। কিমান চনত ছিদবি আইন গৃহীত কৰা হৈছিল?
(ক) ১৭৯০ চনত
(খ) ১৯৮৯ চনত
(গ) ১৯৪০ চনত
Answer: (খ) ১৯৮৯ চনত