১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
(ক) ১৮৩০ চনৰ ৭ অক্টোৱৰত
(খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ
(গ) ১৯৬৭ চনৰ ৬ জানুৱাৰীত
Answer: (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ
২। প্ৰথম বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল?
(ক) ১৯১৪ চনত
(খ) ১৮৫৭ চনত
(গ) ১৯৪৭ চনত
Answer: (ক) ১৯১৪ চনত
৩। দ্বিতীয় বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল?
(ক) ১৯৭৭ চনত
(খ) ১৯৬৭ চনত
(গ) ১৯৩৯ চনত
Answer: (গ) ১৯৩৯ চনত
৪। ৰাষ্ট্ৰসংঘ শীৰ্ষক অনুষ্ঠানটোৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৯৭৮ চনৰ ২৪ জুন তাৰিখে
(খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে
(গ) ১৮৬৭ চনৰ ১৪ মাৰ্চ তাৰিখে
Answer: (খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে
৫। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমান টা অনুচ্ছেদ আছে?
(ক) ১২৩ টা
(খ) ১৮৯ টা
(গ) ১১১ টা
Answer: (গ) ১১১ টা
৬। সাধাৰণ সভা অধিৱেশন বছৰেকত কেইবাৰকৈ বহে?
(ক) এবাৰকৈ
(খ) দুবাৰকৈ
(গ) তিনিবাৰকৈ
Answer: (ক) এবাৰকৈ
৭। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য কিমান জন আছিল?
(ক) সাতজন
(খ) তিনিজন
(গ) পাঁচজন
Answer: (গ) পাঁচজন
৮। ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক পৰিষদৰ সদস্য সংখ্যা কিমান জন আছিল?
(ক) বাৰজন
(খ) ওঠৰজন
(গ) তিনিজন
Answer: (খ) ওঠৰজন
৯। ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা হৈছে?
(ক) ১৮নং
(খ) ২৮নং
(গ) ৭৬ নং
Answer: (গ) ৭৬ নং
১০। ন্যাসৰক্ষী পৰিষদ কিমান ধৰণৰ সদস্যৰে গঠিত?
(ক) দুই ধৰণৰ
(খ) তিনি ধৰণৰ
(গ) চাৰি ধৰণৰ
Answer: (খ) তিনি ধৰণৰ
১১। UNESCO সম্পূণ অৰ্থ কি?
(ক) United Nations Education Scientific Comission Organization
(খ) United Nations Education Scientific Cultural Organization
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) United Nations Education Scientific Cultural Organization
১২। নিৰস্ত্ৰীকৰণ আয়োগটো ৰাষ্ট্ৰসংঘই কিমান চনত গঠন কৰিছিল?
(ক) ১৮৯৭ চনৰ মে মাহত
(খ) ১৯৮৯ চনৰ জুন মাহত
(গ) ১৯৫২ চনৰ জানুৱাৰী মাহত
Answer: (গ) ১৯৫২ চনৰ জানুৱাৰী মাহত
১৩। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা হৈছিল?
(ক) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী
(খ) ১৮৭৯ চনৰ ১০ জুলাই
(গ) ১৯৮৯ চনৰ ২৭ মাৰ্চ
Answer: (ক) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী
১৪। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল?
(ক) ১৯৯০ চনৰ ১২ অক্টোবৰ
(খ) ১৯৯৩ চনৰ ১২ অক্টোবৰ
(গ) ১৯৬৭ চনৰ ২৩ জুলাই
Answer: (খ) ১৯৯৩ চনৰ ১২ অক্টোবৰ
১৫। ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়?
(ক) ২৮ মে
(খ) ২৭ জুলাই
(গ) ২৪ অক্টোবৰ
Answer: (গ) ২৪ অক্টোবৰ
১৬। ৰাষ্ট্ৰসংঘৰ প্ৰধন অংগ কিইটা?
(ক) পাচঁটা
(খ) দুটা
(গ) ছটা
Answer: (গ) ছটা
১৭। ১৯৯০ চনত স্থায়ী সংগঠনটো সদস্য সংখ্যা কিমান জন বৃদ্ধি কৰা হৈছিল?
(ক) ৩৪ জন
(খ) ৫৩ জন
(গ) ৫৬ জন
Answer: (খ) ৫৩ জন
১৮। স্থায়ী সংগঠনটো জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা কিমান জন আছিল?
(ক) ১৮জন
(খ) ২২জন
(গ) ২৩জন
Answer: (ক) ১৮জন
১৯। সচিবপ্ৰধানৰ কাৰ্যকাল কিমান বছৰ?
(ক) দুই বছৰ
(খ) তিনি বছৰ
(গ) পাচঁ বছৰ
Answer: (গ) পাচঁ বছৰ
২০। ILO সম্পূণ অৰ্থ কি?
(ক) International Labor Organization
(খ) India Labor Organization
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) International Labor Organization