১। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?
(ক) ১৯৬৩ চনৰ জুন মাহত
(খ) ১৮৯০ চনৰ জলাই মাহত
(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত
Answer: (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত
২। কেবিনেট মিছনৰ প্ৰথমখন বৈঠক কিমান চনৰ কি মাহৰ বহিছিল?
(ক) ১৯৪৬ চনৰ ডিচেম্বৰ মাহত
(খ) ১৬৯০ চনৰ জুন মাহত
(গ) ১৯৭৮ চনৰ মাৰ্চ মাহত
Answer: (ক) ১৯৪৬ চনৰ ডিচেম্বৰ মাহত
৩। সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতি কৰিছিল?
(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) ড° সচ্ছিদানন্দ
(গ) ড° বি আৰ আম্বেদকাৰ
Answer: (খ) ড° সচ্ছিদানন্দ
৪। সংবিধান সভাই কিমান চনৰ কি মাহত এখন খচৰা কমিটি গঠন কৰিছিল?
(ক) ১৯৮৭ চনৰ মাৰ্চমাহত
(খ) ১৯৪৭ চনৰ আগষ্ট মাহত
(গ) ১৯৬২ চনৰ জুলাইমাহত
Answer: (খ) ১৯৪৭ চনৰ আগষ্ট মাহত
৫। নতুন সংবিধানখন কিমান চনৰ কি মাহত বলৱৎ কৰা হৈছিল?
(ক) ১৮৯০ চনত আগষ্ট মাহত
(খ) ১৯৬৭ চনত মাৰ্চ মাহত
(গ) ১৯৫০ চনত জানুৱাৰী মাহত
Answer: (গ) ১৯৫০ চনত জানুৱাৰী মাহত
৬। সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন কি সংঘ বুলি ঘোষণা কৰা হৈছে ?
(ক) ৰাষ্ট্ৰ সংঘ
(খ) ৰাজ্যসমূহৰ সংঘ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) ৰাজ্যসমূহৰ সংঘ
৭। কিমান চনত ছায়কাৰিয়া আয়োগ গঠন কৰা হৈছিল?
(ক) ১৯৭৮ চনত
(খ) ১৭৮৯ চনত
(গ) ১৯৮৩ চনত
Answer: (গ) ১৯৮৩ চনত
৮। সংসদীয় গণন্ত্ৰ কি?
(ক) শাসন ব্যৱস্থা
(খ) সংসদীয় চৰকাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) শাসন ব্যৱস্থা
৯। ভাৰতবৰ্ষৰ সংসদ কিমানখন সদনেৰে গঠিত?
(ক) পাছখন
(খ) দুখন
(গ) তিনিখন
Answer: (খ) দুখন
১০। সংসদক প্ৰধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাটোক সহজ অৰ্থক কি বুলিব পৰি ?
(ক) সংসদীয় গণতন্ত্ৰ
(খ) যুক্তৰাষ্ট্ৰ
(ঘ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) সংসদীয় গণতন্ত্ৰ
১১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
(ক) আঞ্চলিক দল
(খ) শ্ৰমিক দল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) শ্ৰমিক দল
১২। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?
(ক) ড ̊ বি আৰ আম্বেদকাৰ
(খ) ড ̊ সচিদানন্দ সিংহ
(গ) ড ̊ ৰাজেন্দ্ৰ প্ৰসাদ
Answer: (ক) ড ̊ বি আৰ আম্বেদকাৰ
১৩। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?
(ক) ৫৬ তম সংশোধনী ।
(খ) ৪২ তম সংশোধনী ।
(গ) ৪৫ তম সংশোধনী ।
Answer: (খ) ৪২ তম সংশোধনী ।
১৪। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
(ক) Foedus শব্দৰ পৰা আহিছে ।
(খ) Federation শব্দৰ পৰা আহিছে।
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (ক) Foedus শব্দৰ পৰা আহিছে ।
১৫। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয়
(ক) ভাৰত
(খ) চীন
(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
Answer: (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
১৬। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
(ক) আছে
(খ) নাই
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: (খ) নাই
১৭। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
(ক) ইংলেণ্ডৰ সংবিধানৰ পৰা
(খ) ভাৰত সংবিধানৰ পৰা
(গ) চীন সংবিধানৰ পৰা
Answer: (ক) ইংলেণ্ডৰ সংবিধানৰ পৰা
১৮। প্ৰায় কিমান বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধান খচৰা প্ৰস্তুত কৰিছিল?
(ক) পাচঁ বছৰ
(খ) তিনি বছৰ
(গ) দুই বছৰ
Answer: (খ) তিনি বছৰ
১৯। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে কিমান চনত সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে?
(ক) ১৯৬৪ চনত
(খ) ১৮৫৬ চনত
(গ) ১৯৭৬ চনত
Answer: (গ) ১৯৭৬ চনত
২০। কিমান চনত নেহৰুৱে সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল?
(ক) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে
(খ) ১৯৭৮ চনৰ ১৩ মাৰ্চ তাৰিখে
(গ) ১৮৬৭ চনৰ ১৭ মে তৰিখে
Answer: (ক) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে