বীজগণিত
অধ্যায় 10
অনুশীলনী 10 (B)
1. তলত দিয়া প্ৰতীকবোৰৰপৰা ধ্ৰুৱক আৰু চলকবোৰ বাছি উলিওৱা ।
2. তলৰ প্ৰতিটো বীজীয় ৰাশিৰ পদবোৰ লিখা ।
(i) a + b – c
(ii) 2x2yz
(iv) 3a2bc – 4ab2c + 5abc2 – 9
(v) 3x3 – 2x2 + 4x – 7
3. তলৰ বীজগণিতীয় ৰাশিবোৰৰ মাজৰ পৰা একপদ, দ্বিপদ আৰু ত্ৰিপদবোৰ বাছি উলিওৱা ।
(i) 2x – 3y + 6z
(v) 7a2bc
(vi) 6x2yz + 3(vii) 9y – 7z + 2
(ix) a + b
(x) 2x + 3b – 4c
4. তলৰ পদবোৰৰ উৎপাদকবোৰ লিখা । ( যিকোনো পাঁচটা )
(i) 4x
(ii) -5x2
(iii) 11a2b
(iv) 13ab2c(v) 12xyz5. তলৰ পদবোৰৰ নিৰ্দেশ কৰা অনুসৰি সহগবোৰ লিখা ।(i) 7xত x ৰ সহগ(ii) -15yত y ৰ সহগ
(iii) 6a2bত b ৰ সহগ(iv) -8xyত x ৰ সহগ
(vi) – 3pqrত p ৰ সহগ
(vii) 9pq2rত q2 ৰ সহগ
(viii) –a2ত a2 ৰ সহগ
(ix) x3 ত x3 ৰ সহগ
(x) -5a2bcত c ৰ সহগ6. তলৰ পদবোৰৰ সাংখ্যিক সহগবোৰ লিখা ।(i) -pq
(iii) x3y(iv) -11xyz
(v) -9a2bc
(vi) 0.5 x37. তলৰ বীজগণিতীয় ৰাশিবোৰৰ ধ্ৰুৱক পদবোৰ লিখা ।(i) x2 – 9
(ii) 2y3 – 6y2 + 3
(iii) 2a2 – 3b2 + C2 + 1
(v) 3x2y +4xy – 2y + 5 (vii) 2z3 – 3
8. তলৰ পদবোৰৰ পৰা সদূশ পদবোৰ বাছি উলিওৱা ।(i) ab, 2a2, bc, -a2, ca, 3a2
(ii) 2x2y, xy, -3xy2, x2y, 6xyz, -5x2y
(iv) u
2v, uvw, u
2w, -4uvw, w
2u, 3uvw, u
2v
2(v) -2z, 6x, -4y, 3z, 5z
2, -7z, z
2x
9. তলত দিয়া প্ৰতিটো পদৰে চাৰিটাকৈ সদূশ পদ লিখা ।
(i) x
2y
(ii) xyz
2(iii) -3p
2q
(iv) ab
3(v) abc
Question Type By- Himadree Bora
Post ID: DABP001863