বতৰ
১। উত্তৰ লিখা—
(ক) বতৰ বুলিলে কি বুজা?
উত্তৰঃ
(খ) ঋতু কেইটা আৰু কি কি ?
উত্তৰঃ
(গ) বতৰৰ আগজাননী মানে কি?
উত্তৰঃ
(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম ।
উত্তৰঃ
(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে ?
উত্তৰঃ
২।‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
‘ক’ | ‘খ’ |
বায়ুৰ উষ্ণতাবায়ুত থকা জলীয় বাষ্পৰ পৰিমাণবৰষুণৰ পৰিমাণবায়ুৰ গতিবেগ | ৰেইনগজথাৰ্ম’মিটাৰএনিম’মিটাৰহাইগ্ৰ’মিটাৰ |
উত্তৰঃ
৩। খালী ঠাই পূৰ কৰা
(ক) গৰম দিনত পাতল _________ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।
উত্তৰঃ
(খ) বতাহৰ দিশ জুখিবলৈ _________ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।
উত্তৰঃ
(গ) বায়ুমোজা বতাহৰ __________ আৰু ________ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ
(ঘ) ধুমুহা আহিলে আকাশত __________মাৰে আৰু মেঘেও গাজে।
উত্তৰঃ
৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?
উত্তৰঃ
৫। চমু টোকা লিখা –
(ক) ৰেইনগজ
উত্তৰঃ
(খ) কৃত্রিম উপগ্রহ
উত্তৰঃ
(গ) বতৰ বিজ্ঞান কেন্দ্র।
উত্তৰঃ
(ঘ) খৰাং বতৰ
উত্তৰঃ
(ঙ) ফৰকাল বতৰ
উত্তৰঃ
৬। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ’ব লাগে লিখা।
উত্তৰঃ
৭। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।
উত্তৰঃ
৮। বতৰৰ উপাদানকেইটাৰ নাম কি কি?
উত্তৰঃ