গোট-৫ (খ) মই অসমীয়া
A. অতি চমু প্ৰশ্নাৱলী ঃ মূল্য়াংক ঃ ১ নম্বৰকৈ
১। অসমৰ হেংদাং ক’ত জিলিকিছিল ? [HSLC’20]
B. চমু প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত । __ কথাষাৰৰ তাৎপৰ্য ব্য়াখ্য়া কৰা । [HSLC’20]
C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ মূল্য়াংকঃ ৪/৫ নম্বৰকৈ
১। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা । [HSLC’20]
Type by- Bikul Mandal