দৃশ্য়ান্তৰ | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

গোট-৫

দৃশ্য়ান্তৰ

A. অতি চমু প্ৰশ্নাৱলীঃ              মূল্য়াংক ১ নম্বৰকৈ  

১। ‘দৃশ্য়ান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি             উল্লেখ কৰিছিল ? [HSLC’16]

২। ‘দৃশ্য়ান্তৰ’ -ৰ অৰ্থ কি ? [HSLC’17]

৩। নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ? [HSLC’17]

৪। হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্য়াসখনৰ নাম কি ? [HSLC’18]

৫। কাকিনী তামোল শব্দৰ অৰ্থ কি ? [HSLC’18]

৬। মধুসূদনৰ দলং নামৰ গল্প -পুথিখনৰ চৰক কোন ? [HSLC’19]

৭। হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বটাটোৰ নাম কি ? [HSLC’20]

B. চমু  প্ৰশ্নাৱলীঃ              মূল্য়াংকঃ২/৩ নম্বৰকৈ 

১। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুজনে কবিৰ সৈতে কি কি কথা পাতিছিল       তোমাৰ নিজৰ কথৰে লিখা । [HSLC’16]

২। বৰ শান্তিত আঁছো এই পজাটিত । [HSLC’17]

        কোনে, কিয় এনেদৰে কৈছিল বুজাই লিখা । ৩। বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ ৷     কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে,         লিখা। [HSLC’18] ৪। এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু ।       – ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কথা কৈছে, বুজাই লিখা ৷ [HSLC’18] ৫ । “সময়টো আছিল গধূলি । তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি।”— নিজৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজন কিদৰে সভ্যতাৰ মাজত হেৰাই গ’ল, বৰ্ণনা কৰা । [HSLC ’19] C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : ৪/৫ নম্বৰকৈ ১। ‘দৃশ্যান্তৰ’ কবিতাটোৰ সাৰাংশ লিখা।[HSLC ’16, 18]

২। ‘দৃশ্যান্তৰ’ – কবিতাটোৰ কবিজনাৰ নাম কি? কবিতাটোৰ মূলভাৱ লিখা ।

            [HSLC ’17, 19]

Type by- Bikul Mandal