মন যায় মোৰ মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ
লাহে লাহে ওচৰ পাবলৈ
কাষে কাষে খোজ দিবলৈ
মন যায় মোৰো মন যায়
চকুত চকু থব মন যায়
তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল
মন নদী হয় মৰম সুতি বয়
টোবোৰো তাত হয় সাঁথৰ
সন্মুখত যেতিয়া তোমাক দেখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
উদাশী উদাসী গধুৰ পৰশতে
জুৰ সপোন আহি বহে
চুবুৰীয়া বহু শিহৰণে আহি
মোক অকলশৰীয়া কৰে
মোৰ খোজৰ বাটত ছায়া নামে
তুমি পোহৰ দিয়া …..
মোৰ খোজৰ বাটত ছায়া নামে
তুমি পোহৰ দিয়া….
মোৰ খোজৰ বাটত ছায়া নামে
তুমি পোহৰ দিয়া …
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
উদাসী উদাসী গধুৰ পৰশতে
জুৰ সপোন আহি বহে
চুবুৰীয়া বহু শিহৰণে আহি
মোক অকলশৰীয়া কৰে
মোৰ খোজৰ বাটত ছায়া নামে
তুমি পোহৰ দিয়া …
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
মন যায় মন যায় মন যায়
মোৰ বুলিবলে আছেহি বুকুত
মৌ মিঠা তোমাৰে অনুভৱ
ভয় লাগে জানা কথাৰে কবলৈ
নাম দিয়া জানোছা শিহৰণ
কবানে কিয় এনে ভাল লগা
অসহায় অসহায় নীৰৱতা
মন যায় মন যায় মন যায়
টুকুৰা টুকুৰা ভঙি গুৰি হোৱা
মন তোক কিদৰে জোৰা দিওঁ
খেলি মেলিবোৰে ধুই সেঁতা কৰা
বুকুত কিহৰেনো ৰং সানো
বেদনা বেদনা মোৰ ভাল পোৱা
তোমাক হেৰুৱাই বাখৰ হিয়া
মন যায় মোৰো মন যায় মন যায়
মন যায় মোৰো মন যায় মন যায়
সুখী হৈ ৰোৱা মই অবিহনে
এতিয়া মোৰে শুভ কামনা
লাহে লাহে আঁতৰাই আনি ললো
মই মোক তোমাৰ পৰা
কিনো হল সপোন সপোনেই ৰল
সাধনাৰ আজি যে আধৰুৱা হল
মন যায় মোৰো মন যায় মন যায়
মন যায় মোৰো মন যায় মন যায় ।।