উত্তৰ ঃ ক্ৰিয়া পদ গছল কৰা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি ।
Question and Answer Solution
উত্তৰ ঃ ক্ৰিয়া পদ গছল কৰা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি ।
উত্তৰ ঃ নাম শব্দ গলত যিবোৰ বিভক্তি যোগ কৰা হয় তাকে নাম বিভক্তি বোলে ।
উত্তৰ ঃ.বিভক্তিবোৰ বহল অৰ্থত যুক্তৰূপ বা সৰ্গ । বিভক্তিবোৰ মুক্ত ৰূপ (ধাতু বা নাম শব্দ) ৰ পাছত প্ৰত্যয়ৰ দৰে লাগে । বিভক্তিবোৰ কিন্তু মুক্ত ৰূপৰ আগত লগ নালাগে ।
উত্তৰ = মাইকী বুজোৱা শব্দবোৰেই হৈছে স্ত্ৰীলিঈবাচক শব্দ ।