Month: October 2022

ক্ৰিয়া বিভক্তিত কি কি ক্ৰিয়াৰ নিৰ্দেশ থাকে ?

উত্তৰ ঃ ক্ৰিয়া পদ গছন কৰা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি । ক্ৰিয়া বিভক্তিবোৰ কেৱল সমাপিকা ক্ৰিয়াপদতহে লগ লাগে । ক্ৰিয়া বিভক্তিবোৰৰ লগত কালৰ সম্পৰ্ক নাই ক্ৰিয়া বিভক্তিবোৰ ক্ৰিয়াপদৰ পুৰুষ নিৰ্দেশ কৰে ।

উভয়লিঈ মানে কি ? উদাহৰণ দিয়া ।

উত্তৰ ঃ অসমীয়া প্ৰাণী বাচক শব্দ মাজত এনে কিছুমান শব্দ আছে ।যিবোৰে পুৰুষ নে স্ত্ৰী, সেই ভেদ স্পষ্ঠ কৰি নিদিয়ে । যেনে – মানুহ, গৰু , চৰাই, গড় ইত্যাদি ।