উত্তৰ ঃ ধ্বনিতত্ত্বৰ ভাগ দুটা হৈছে ধ্বনি বিজ্ঞান আৰু বিশিষ্ট ধ্বনিবিজ্ঞান বা বৰ্ণ বিজ্ঞান ।
Question and Answer Solution
উত্তৰ ঃ ধ্বনিতত্ত্বৰ ভাগ দুটা হৈছে ধ্বনি বিজ্ঞান আৰু বিশিষ্ট ধ্বনিবিজ্ঞান বা বৰ্ণ বিজ্ঞান ।
উত্তৰ ধ্বনি তত্ত্ব ধ্বনিসম্পৰ্কীয় সমুদায় আলোচনা কৰা হয় ।
উত্তৰ ঃ ৰূপ বা প্ৰকৃতিৰ লগত প্ৰত্যয়, বিভক্তি আদি যোগ কৰি শব্দ গছনৰ প্ৰক্ৰিয়া নামশব্দ , ধাতু আদিৰ সৈতে যোগ হোৱা প্ৰত্যয়,বিভক্তি আদি শব্দৰ বিভিন্ন ৰূপ -বচন,লিংগ ,পুৰুষ আদিৰ বিষয়ে ভাষা বিজ্ঞানৰ ৰূপতত্ত্বত আলোচনা কৰা হয় ।
উত্তৰ ঃ নাম বিভক্তি দুই প্ৰকাৰ হ’ল — কাৰক বাচক বিভক্তি বা শব্দ বিভক্তি আৰু সম্বন্ধ বাচক বিশেষ্য পুৰুষ বাচক বিভক্তি।