উত্তৰ ঃ শ্ৰুতি বিজ্ঞান আৰু শ্ৰুয়মান ধ্বনিবিজ্ঞানক একেলগে যান্ত্ৰিক ধ্বনিবিজ্ঞান অথবা পৰীক্ষাগাৰ ধ্বনিবিজ্ঞান আখ্যা দিব পাৰি ।
Question and Answer Solution
উত্তৰ ঃ শ্ৰুতি বিজ্ঞান আৰু শ্ৰুয়মান ধ্বনিবিজ্ঞানক একেলগে যান্ত্ৰিক ধ্বনিবিজ্ঞান অথবা পৰীক্ষাগাৰ ধ্বনিবিজ্ঞান আখ্যা দিব পাৰি ।
উত্তৰ ঃ ধ্বনি বিজ্ঞানৰ যি উপশাখাত শ্ৰুোতাই ধ্বনি শুনা সম্পৰ্কীয় সমস্ত কথাৰ আলোচনা সন্নিৱিষ্ট কৰা হয় তাকে শ্ৰুয়মান ধ্বনি বিজ্ঞান বোলে ।
উত্তৰ ঃ ভাষাৰ মূল হৈছে ধ্বনি ।এই ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰীয় সমূহ, উচ্চাৰণ বিবিধ কৌশল, উচ্চাৰণ স্থান,ধ্বনিৰ শ্ৰেণীবিভাজন আদিৰ বশদ আলোচনাই ধ্বনিবিজ্ঞানৰ আলোচ্য বিষয় ।
উত্তৰ ঃ ধ্বনিবিজ্ঞানক তিনিটা উপস্তৰত ভাগ কৰিব পাৰি ।