আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গোলপীয়া ওংঠৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে সময় হ’লে পাবা নিবিড়
আজি তুমি…
আছিলোঁ অকলে লপোন নিবিড়
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলোঁ তোমালে
বহু বহু যুগৰে।
আজি মন কোনল মেঘৰ দৰে
নিগৰে অশ্ৰু আৱেগৰে
আজি তুমি…
কোনোবা জনমৰ পাহৰা মৰমে
আহিলে ওচৰলে
বুকুৰে আমঠু ৰঙালে ৰঙাৰে
মৰমী চাৱনিৰে
আজীৱন তোনাৰ ময়েই অনল
জ্বলি ৰ’ম তোমাৰেই বুকুৰে হৈ
আজি তুমি…।