I LOVE YOU বুলি

I Love You  বুলি কলো মই 

তুমি চাগে নুশুলিলা 

কঠিন শিলৰে  হৃদয়  

 তোমাৰ সঁচাকে জানা 

I Need You বুলি কলোঁ মই 

তুমি  চাগে নুবুজিলা 

বলিয়া যৌৱনৰ  চাকি 

নুমাল হঠাতে জানা 

তিনি আলিতে লগ পোৱা 

দুটি মিঠা কথা 

কাজল কাজল  কাজল

চকুত সপোন দেখা 

চাইকেলত টিউচন যোৱা 

পিছে পিছে  মই যোৱা 

বেঁকাকৈ তুমি চোৱা 

তোমালৈ মই চোৱা

.তুমি চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি  চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি চাগে নুবুজিলা 

বুকুতে যে নথলা 

বুকু আজি উদাস উদাস

উদাস উদাস নৈ 

কলেজৰে কেন্টিনত 

গজা আৰু চাহ খোৱা 

সকলোৱে জোকোৱা 

আছিল জানো মিঠা 

ৰাতি ৰাতি অকলে 

তোমাৰ ফটো চোৱা 

বুকুতে সপোন  গুঠা 

আজি দেখোঁ মিছা || 

0
    0
    Your Cart
    Your cart is emptyReturn to Shop