I Love You বুলি কলো মই
তুমি চাগে নুশুলিলা
কঠিন শিলৰে হৃদয়
তোমাৰ সঁচাকে জানা
I Need You বুলি কলোঁ মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি
নুমাল হঠাতে জানা
তিনি আলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে মই যোৱা
বেঁকাকৈ তুমি চোৱা
তোমালৈ মই চোৱা
.তুমি চাগে পাহৰিলা
বুকুতে যে নৰলা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে নথলা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ
কলেজৰে কেন্টিনত
গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা
আছিল জানো মিঠা
ৰাতি ৰাতি অকলে
তোমাৰ ফটো চোৱা
বুকুতে সপোন গুঠা
আজি দেখোঁ মিছা ||