শ্বিলং চুক্তি কাৰ মাজত আৰু ক’ত স্বক্ষৰিত হৈছিল?

উত্তৰঃ নাগা নেছনেল কাউন্সিলৰ প্ৰতিনিধিৰ লগতে ইয়াৰ ফেডাৰেল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত শ্বলঙত হৈছিল।