পোহৰঃ প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ
1. আমি পােহৰ দেখা পাওঁনে ? আমি বস্তুবিলাক কেতিয়া দেখা পাওঁ ?
উত্তৰঃ
2. দীপ্তিমান আৰু অদীপ্তিমান বস্তু কাক বােলে ?
উত্তৰঃ
3. অদীপ্তিমান বস্তুক আমি কেতিয়া দেখা পাওঁ ?
উত্তৰঃ
4. বিন্দু – প্রভৱ কাক বােলে ?
উত্তৰঃ
5. পােহৰৰ স্বাভাৱিক আৰু কৃত্রিম উৎসৰ তিনিটাকৈ নাম লিখা ?
উত্তৰঃ
6. আলােকীয় মাধ্যম কাক বােলে ?
উত্তৰঃ
7. সূত্র লিখা।
ক ) পােহৰৰ বিম বা ৰশ্মিপুঞ্জ আৰু পােহৰৰ পেঞ্চিল ।
উত্তৰঃ
খ ) অভিসাৰী আৰু অপসাৰী বিম বা পােহৰ ।
উত্তৰঃ
8. পােহৰ পাতল মাধ্যমৰপৰা ঘন মাধ্যমত পৰিলে কি কি হয় চিত্র আঁকা ।
উত্তৰঃ
9. এটা চিত্র আঁকি আপতিত ৰশ্মি , প্রতিফলিত ৰশ্মি , অভিলম্ব , আপতন কোণ , প্রতিফলিত কোণ আৰু প্রতিসৰণ কোণ দেখুওৱা ।
উত্তৰঃ
10. ক ) স্বচ্ছ পদাৰ্থত পােহৰ পৰিলে প্রতিফলন আৰু প্ৰতিসৰণ এই দুটা পৰিঘটনাৰ কোনটো বেছি হয় ?
উত্তৰঃ
খ ) প্রতিফলনৰ নিয়ম বা বিধি দুটা লিখা ।
উত্তৰঃ
গ ) চিত্র আঁকি প্রতিফলনৰ বিধি দুটা ব্যাখ্যা কৰাঁ ।
উত্তৰঃ
11. পিন পদ্ধতিদ্বাৰা পােহৰৰ প্ৰতিফলনৰ নিয়ম দুটা প্রমাণ কৰাঁ ।
উত্তৰঃ
12. প্রতিবিম্ব কি ?
উত্তৰঃ
13. দিনৰ ভাগত অদীপ্তিমান বস্তুবােৰে প্রতিবিম্ব দাপােণত গঠন হ’বলৈ পােহৰ ক’ৰপৰা পায় ?
উত্তৰঃ
14. এখন সমতলীয় দাপােণত বিন্দু – প্রভৱ এটা প্রতিবিম্ব কেনেকৈ গঠন হয় চিত্র আঁকি ব্যাখ্যা কৰাঁ ।
উত্তৰঃ
15. সমতলীয় দাপােণত গঠন হােৱা প্রতিবিম্বৰ বৈশিষ্ট্যসমূহ কি কি ? |
উত্তৰঃ
16. পার্শ্বীয় বিলম্বন কি ?
উত্তৰঃ
1. ক ) গােলাকাৰ দাপােণ কি ?
উত্তৰঃ
খ ) উত্তল আৰু অবতল দাপােণ কাক বােলে ? গোলাকৰ দাপােণ কি কামত ব্যৱহাৰ হয় ?
উত্তৰঃ
2. সূত্র লিখা ।
ক ) ভাঁজকেন্দ্র , ভাজ ব্যাসার্ধ , ধ্রুৱ বিন্দু বা মেৰু , মুখ্য অক্ষ , ফ’কাছ বা নাভিবিন্দু , ফ’কাছ দৈর্ঘ্য , অসীম দূৰত্ব ।
উত্তৰঃ
খ ) মুখ্য অক্ষৰ সমান্তৰালভাৱে অবতল আৰু উত্তল দাপােণত পােহৰ আপতিত হলে পােহৰ ক’ত ফ’কাছ হয় বা হােৱা যেন লাগে চিত্র আঁকি দেখুওৱা ।
3. ক ) উত্তল বা অবতল দাপােণৰ ক্ষেত্ৰত ফ’কাছ দৈর্ঘ্য আৰু ভাঁজ ব্যাসার্ধৰ সম্বন্ধটো লিখা ।
খ ) উত্তল আৰু অবতল দাপােণৰ ক্ষেত্ৰত প্রমাণ কৰা যে f = R/২ ।
উত্তৰঃ
4. সূৰ্যৰ পােহৰ ব্যৱহাৰ কৰি অবতল দাপােণ এখনৰ ফ’কাছ দৈর্ঘ্য কেনেকৈ জুখিব পাৰি বৰ্ণনা কৰাঁ ।
উত্তৰঃ
5. অবতল দাপােণত এটা বিন্দুসম দীপ্তিমান লক্ষ্যবস্তু ৰাখিলে প্রতিফলিত ৰশ্মিসমূহ আঁকা ।
উত্তৰঃ
6. অবতল দাপােণত এটা থিয় লক্ষ্যবস্তু ৰাখি প্রতিবিম্ব কেনেকৈ গঠন হয় আঁকি দেখুওৱা ।
উত্তৰঃ
7. সৎ আৰু অসৎ প্রতিবিম্ব কাক বােলে ?
উত্তৰঃ
8. অবতল দাপােণ এখনত মুখ্য অক্ষৰ সমান্তৰালভাৱে আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যযাৱা এডাল ৰশ্মি আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা ।
9. অবতল দাপােণ এখনত মমশিখা এটা প্রতিবিম্ব কেনেকৈ পৰ্দাত ধৰিব পাৰি বৰ্ণনা কৰাঁ ।
উত্তৰঃ
10. তলত দিয়া অৱস্থাত অবতল দাপােণৰ ক্ষেত্ৰত চিত্র আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা ।
ক ) লক্ষ্যবস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত থাকিলে ।
উত্তৰঃ
খ ) লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে ।
উত্তৰঃ
গ) লক্ষ্য়বস্তু ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত থাকিলে।
উত্তৰঃ
ঘ) লক্ষ্য়বস্তু ফ’কাছত থাকিলে।
উত্তৰঃ
ঙ) লক্ষ্য়বস্তু মেৰু আৰু ফ’কাছৰ মাজত থাকিলে।
উত্তৰঃ
1. ক) পোহৰৰ প্ৰতিসৰন কি ?
উত্তৰঃ
খ) বায়ুৰপৰা এটা ঘন মাধ্যমলৈ আৰু এটা ঘন মাধ্যমৰপৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্ৰসহ ব্যাখ্যা কৰা । চিত্ৰত আপতন কোণ প্ৰতিসৰণ কোণ আৰু অভিলম্ব আঁকি দেখুওৱা।
উত্তৰঃ
2. পানীত আংশিকভাৱে নিমজ্জিত দগু এডাল কিয় বেকা যেন দেখি চিত্ৰসহ ব্যখ্যা কৰা ।
ইয়াৰপৰা পানীত তলত থকা বিন্দু এটাৰ আপাত গভীৰতা কম যেন লাগেনে ?
উত্তৰঃ
3. ক) এটা প্ৰিজম আকি এখন পিঠি, প্ৰতিসাৰক ধাৰা ভূমি প্ৰতিসাৰক পিঠি আৰু কোণৰ নাম লিখা ।
উত্তৰঃ
খ) এটা প্ৰিজমত পোহৰ দুবাৰ প্ৰতিসৰিত হয় । চিত্ৰ আকি দেখুওৱা ।
উত্তৰঃ
4.ক) প্ৰিজমত পোহৰ পৰিলে কেনেকৈ সাতোটা ৰঙলৈ ভাঙি যায় চিত্ৰ আকি দেখুওৱাঁ ।
উত্তৰঃ
খ) দুটা প্ৰিজমেৰে সমান্তৰাল ৰশ্মিক কেনেকৈ অভিসাৰী আৰু অপসাৰী কৰিব পাৰি চিত্ৰ আকিঁ দেখুওৱাঁ ।
উত্তৰঃ
1. লেন্স কাক কয় ? ভিন ভিন প্ৰকাৰৰ ৬ বিধ লেন্সৰ নাম লিখা ।
উত্তৰঃ
2. এখন উত্তল লেন্স অথবা অবতল লেন্সৰ ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ্য আৰু মুখ্য অক্ষ বুলিলে কি বুজা ?
উত্তৰঃ
3. এখন উত্তল লেন্সৰ মাজেৰে পোহৰ ৰশ্মি এডাল আঁকা । ৰশ্মিডাল কত ভাঁজ হোৱা দেখুওৱা হয় ?
4. কাক বোলে চিত্ৰ আঁকি লিখা ।
ক) লেন্সৰ ফ’কাছ খ) লেন্সৰ ফ’কাছ দৈৰ্ঘ্য় গ) লেন্সৰ আলোককেন্দ্ৰ
5. এখন উত্তল লেন্স আৰু অবতল লেন্স কেনেকৈ চিনাক্ত কৰিব পাৰি ?
উত্তৰঃ
6. উত্তল লেন্স এখনত কেইবাডাল ৰশ্মি লৈ কেনেকৈ পোহৰ প্ৰতিসলণত ভাঁজ লাগে দেখুৱাই লক্ষ্যবস্তু প্ৰতিবিম্ব আঁকা ।
উত্তৰঃ
7. উত্তল লেন্সএখনত ক্ষেত্ৰত চিত্ৰ আঁকি প্ৰতিবিম্বৰ গঠন দেখুওৱাঁ যেতিয়া
ক) লক্ষ্যবস্তু অসীম দূৰত্বত থাকে ।
উত্তৰঃ
খ) লক্ষ্যবস্তু অসীম দূৰত্ব আৰু দুগুণ ফকাছ দৈৰ্ঘ্যৰ মাজত থাকে ।
নিজে অংকণ কৰিবা।
গ) লক্ষ্যবস্তু দুগুণ ফকাছ দৈৰ্ঘ্যত থাকে ।
নিজে অংকণ কৰিবা।
ঘ) লক্ষ্যবস্তু দুগুণ ফকাছ দূৰত্ব আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত থাকে ।
নিজে অংকণ কৰিবা।
ঙ) লক্ষ্যবস্তু ফকাছ দৈৰ্ঘ্যত থাকে ।
নিজে অংকণ কৰিবা।
চ) লক্ষ্যবস্তু নাভি দূৰত্ব আৰু আলোককেন্দ্ৰৰ মাজত থাকে ।
নিজে অংকণ কৰিবা।
প্ৰতি ক্ষেত্ৰতে প্ৰতিবিম্বৰ চৰিত্ৰ সৎ/অসৎ, সৰু/ ডাঙৰ/ সমান, ওলোটা / যথাযথ উল্লেখ কৰা ঁ
8. অবতল দাপোণত থিয় বস্তু এটাৰ প্ৰতিবিম্ব কেনেকৈ গঠন হয় চিত্ৰ আঁকি দেখুওৱা ।
উত্তৰঃ
9. ক) তোমাক এখন উত্তল লেন্স দিলে তাৰে পৰ্দাত কেনেকৈ প্ৰতিবিম্ব গঠন কৰিবা বৰ্ণনা কৰাঁ ।
খ) এখন উত্তল লেন্স কেনেকৈ পৰিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰিব পাৰি বৰ্ণনা কৰা ।
উত্তৰঃ
গ) এখন অবতল লেন্সৰ সহায়ত কৰিব পৰা এটা সৰল পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ
অনুশীলনী
1. সৰল অণুবীক্ষণ কাক বােলে ? সৰল অণুবীক্ষণে কেনেকৈ লক্ষ্যবস্তু পৰিৱর্ধন কৰে । চিত্র আঁকি ব্যাখ্যা কৰাঁ ।
উত্তৰঃ
2. যৌগিক অণুবীক্ষণ কাক বােলে ? যৌগিক অণুবীক্ষণে কেনেকৈ পৰিৱৰ্ধিত প্রতিবিম্ব গঠন কৰে চিত্ৰ আঁকি বর্ণনা কৰাঁ ।
উত্তৰঃ
3. ক ) দূৰবীণ কাক বােলে ? দূৰবীণ প্রথমতে কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ
খ ) কেপলাৰৰ দূৰবীণ বর্ণনা কৰাঁ । দূৰবীণৰ পৰিৱর্ধন ক্ষমতা মানে কি ?
উত্তৰঃ
গ ) গেলিলিঅ’ৰ দূৰবীণ বর্ণনা কৰাঁ ।
উত্তৰঃ
4. দুখন লেন্স হাতত লৈ কেনেকৈ দূৰবীণৰ দৰে চাব পাৰি বৰ্ণনা কৰাঁ । ( এখনৰ ফ’কাছ দৈর্ঘ্য কম , এখনৰ বেছি ) ।
5. কেমেৰা এটাৰ কার্যনীতি বর্ণনা কৰাঁ ।
উত্তৰঃ
6. মানুহৰ চকুৰ গঠন আৰু চকুত কেনেকৈ প্রতিবিম্ব গঠন হয় বর্ণনা কৰাঁ ।
উত্তৰঃ
7. ক ) কেমেৰা আৰু মানুহৰ চকুৰ তিনিটা সাদৃশ্য লিখা ।
উত্তৰঃ
খ ) কেমেৰা আৰু মানুহৰ চকুৰ দুটা বৈসাদৃশ্য লিখা ।
উত্তৰঃ
8. দৃষ্টিদোষ বা দৃষ্টিবিকাৰ কাক বােলে ?
উত্তৰঃ
9. মায় পিয়া বা নিকটদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্রসহ বর্ণনা কৰাঁ ।
উত্তৰঃ
10. হাইপাৰমেট্র’পিয়া বা দূৰদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বর্ণনা কৰাঁ ।
উত্তৰঃ
11. ক ) সূৰ্যৰ বগা পােহৰত কি কি ৰঙৰ পােহৰ থাকে ?
উত্তৰঃ
খ ) বগা পােহৰৰ বৰ্ণালী কাক বােলে ?
উত্তৰঃ
গ ) এটা প্রিজমৰদ্বাৰা বৰ্ণালী কেনেকৈ পাব পাৰি চিত্ৰ আঁকি দেখুওৱা ।
উত্তৰঃ
ঘ ) প্রিজম এটাৰ মাজেৰে পােহৰ গ’লে কিয় পােহৰ ভিন ভিন ৰঙলৈ ভাঙি যায় ?
উত্তৰঃ
12. নিউটনৰ কাঁহী কেনেকৈ সজা হয় ?
উত্তৰঃ