Chapter 7
দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন
1. শুদ্ধ উত্তৰটোৰ বাছি উলিওৱাঁ ।
(ক) তাপস্থাপিত প্লাষ্টিক হ’ল
i. বেকেলাইট
ii. পলিথিন
iii. ছেলুলুয়ড
iv. পিভিছি
উত্তৰঃ
(খ) ভিনাইল ক্লৰাইডৰ বহুযোগীকৰণৰ ফলত উপ্লাষ্টিক ।
( i ) পলিথিন ।
( ii ) পলিভিনাইল ক্লৰাইড
( iii ) বেকেলাইট
( iv ) প্লাষ্টিক
উত্তৰঃ
( গ ) তলৰ কোনটো প্লাষ্টিক নহয় ?
(i) পিভিছি
(ii) থায়কল
(iii) পলিথিন ।
(iv) বেকেলাইট
উত্তৰঃ
(ঘ) তলত কোনটো সাংশ্লেষিক ৰবৰ ?
( i ) নিঅপ্রিন
( ii ) পিভিছি
( iii ) পলিইউৰেথেন
( iv ) পলিষ্টাইৰিণ
উত্তৰঃ
2. খালী ঠাই পূৰ কৰাঁ ।
( ক ) ইথিলিনৰ বহুযোগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো হ’ল —— ।
উত্তৰঃ
(খ) বেকেলাইট —— প্লাষ্টিক ।
উত্তৰঃ
(গ) প্রাকৃতিক বহুযােগী ——- ৰপৰা ৰেয়ন প্রস্তুত কৰা হয় ।
উত্তৰঃ
( ঘ ) ছেলুলজ নাইট্রেটৰপৰা —— উৎপন্ন কৰা হয় ।
উত্তৰঃ
3 . চাৰিবিধ প্রাকৃতিক বহুযােগীৰ নাম লিখা ।
উত্তৰঃ
4. সাংশ্লেষিক বহুযোগী কাক বােলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ
5 . প্লাষ্টিক কি ? ই কেইপ্ৰকাৰৰ ? প্রতিবিধৰ এটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ
6 . ভিনাইল ক্ল’ৰাইডৰ বহুযোগীকৰণৰদ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিকবিধ কি ? এই প্লাষ্টিকবিধৰ ব্যৱহাৰ লিখা
উত্তৰঃ
7. ভালকেনাইজেচন কি ? দুবিধ সাংশ্লেষিক ৰবৰৰ নাম লিখা।
উত্তৰঃ
8. তন্তু কি ? চাৰিবিধ সাংশ্লেষিক তন্তুৰ নাম লিখা ।
উত্তৰঃ
9. বহুযােগীকৰণ কি ?
উত্তৰঃ
10. সাংশ্লেষিক তন্তুৰ তিনিটা প্রধান বৈশিষ্ট্য লিখা ।
উত্তৰঃ
11. পলিথিন কি ? ইয়াক কিদৰে প্ৰস্তুত কৰা হয় ?
উত্তৰঃ
12. বেকেলাইট কি ? বেকেলাইট প্রস্তুতকৰণৰ বাবে প্রয়ােজনীয় দ্রব্যসমূহ কি কি ? ইয়াৰ দুটা ব্যৱহাৰ লিখা ।
উত্তৰঃ
3. প্লাষ্টিক ব্যৱহাৰৰপৰা হােৱা সমস্যাসমূহ লিখা ।
উত্তৰঃ
14. পলিথিনৰ প্ৰধান ৰূপ দুটা কি কি ? প্ৰতিটো ৰূপৰে এটাকৈ ব্যৱহাৰ লিখা।
উত্তৰঃ
15. তলত উল্লেখ কৰা বহুযােগীসমূহৰ প্রতিটোৰে এটাকৈ ব্যৱহাৰ লিখা ।
বেকেলাইট , টেৰিলিন , পলিপ্র’পিন , পিভিছি , নাইলন ।
উত্তৰঃ
16 , তলৰ কোনবােৰ জৈৱিক বিভংগনীয় আৰু কোনবােৰ জৈৱিক অবিভংগনীয় দ্রব্য ?
কাগজ , পলিথিন বেগ , ঘাঁহ – বন , মৰা শ , নাইলন ।
উত্তৰঃ