আমাৰ দেশৰ এজন মহান ব্যক্তিয়ে মণিপুৰক ভাৰতৰ অলংকাৰ হিচাপে বৰ্ণানা কৰিছে। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীও আছিল।তুমি তেওঁৰ নামটো ক’ব পাৰিবানে?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।