উত্তৰঃ অ মোৰ আপোনাৰ দেশ কবিতাটো লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত।
Month: August 2022
অসমৰ প্ৰাচীন নাম কি?
উত্তৰঃ কামৰূপ আৰু প্ৰাগজোতিষপুৰ।
অৰুণাচল প্ৰদেশৰ নাম চৰকাৰীভাৱে ঘোষণা কৰা ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ শ্ৰীমতী ইন্দিৰা গান্ধী।
অৰুণাচল প্ৰদেশৰ চৰকাৰী ভাষা কি?
উত্তৰঃ ইংৰাজী।