(ক) বমডিলা (খ) টাৱাং (গ) জিৰো (ঘ) ইটানগৰ উত্তৰঃ টাৱাং।
Month: August 2022
নাগালেণ্ডৰ চৰকাৰী ভাষা কি?
উত্তৰঃ ইংৰাজী।
কোনখন চহৰক নাগালেণ্ডৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়?
উত্তৰঃ ডিমাপুৰ।
নাগালেণ্ডৰ কোনখন জিলাক পূৰ্বৰ ছুইজাৰলেণ্ড হিচাপে জনা যায়?
উত্তৰঃ কহিমা।