মেঘালয়ক স্বতন্ত্ৰ ৰাজ্য হিচাপে কোনে ঘোষণা কৰিছিল?

(ক) পণ্ডিত জৱাহৰলাল নেহৰু (খ) ৰবীন্দ্ৰ নাঠ ঠাকুৰ (গ) শ্ৰীমতী ইন্দিৰা গান্ধী (ঘ) ড° সুনীতি কুমাৰ চেটাৰ্জী উত্তৰঃ শ্ৰীমতী ইন্দিৰা গান্ধী।

কোনজন বিদ্বান ব্যক্তিয়ে মেঘালয় নামটো ৰাজ্যখনক প্ৰদান কৰিছিল?

(ক) ড° সুনীতি কুমাৰ চেটাৰ্জী (খ) অমৰ্ত্য সেন (গ) শ্ৰীমতী ইন্দিৰা গান্ধী (ঘ) ইয়াৰে এজনো নহয় উত্তৰঃ ড° সুনীতি কুমাৰ চেটাৰ্জী।