উত্তৰঃ আজি লামু লোকনৃত্য।
Month: August 2022
———– মুঠ ছিকিমৰ প্ৰাচীনতম মঠ।
(ক) চাংগা চেলিং (খ) তাচিডিং (গ) লাব্ৰাং (ঘ) এনচে উত্তৰঃ চাংগা চেলিং।
কোন চনত আৱাৰ লেডী অৱ গুড হেল্থ তীৰ্থ মেঘালয়ত স্থাপিত কৰা হয়?
(ক) ১৯৯০ (খ) ১৯৮৬ (গ) ১৯৮৯ (ঘ) ১৯৮৫ উত্তৰঃ ১৯৮৯।
মণিপুৰৰ বিষেণপুৰত অৱস্থিত বিষ্ণ মন্দিৰ কোনে নিৰ্মান কৰিছিল?
(ক) কুলাচন্দ্ৰ (খ) থংগল জেনেৰেল (গ) চুৰাচান্দ (ঘ) ৰজা ক্যাম্বা উত্তৰঃ ৰজা ক্যাম্বা।