উত্তৰঃ ব্ৰহ্মপুত্ৰ; বৰাক।
Month: August 2022
অসম ———————অক্ষাংশ আৰু ——————– দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।
উত্তৰঃ ২৪° ১০ উত্তৰৰ পৰা ২৭° ৫৮ ; ৮৯°৪৯ পূৰ্বৰ পৰা ৯৭°২৬ পূৰ্ব
অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে—————।
উত্তৰঃকাংটে
তলত দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ সৈতে ইয়াৰ ৰাজধানী চহৰক মিলোৱাঃ
উত্তৰঃ ১. (ঙ) ২. (চ) ৩. (ক) ৪.(জ) ৫. (খ) ৬. (গ) ৭. (ঘ) ৮. (ছ)