উত্তৰঃ ই মানৱতা আৰু সভ্যতাৰ সৃষ্টিৰ বৰ্ণনা কৰে।
Month: August 2022
অসমৰ কাৰ্বি জনজাতিয়ে পৰিৱেশৰ কৰা কৃষিভিত্তিক নৃত্যটোৰ নাম কি?
উত্তৰঃ হাচা কেকান।
য়াক নৃত্য পৰিৱেশন কৰা অৰুণাচল প্ৰদেশৰ বৌদ্ধ জনজাতিৰ মাজত য়াকৰ তাৎপৰ্য কি?
উত্তৰঃ য়াকক সম্পত্তি আৰু সমৃদ্ধিৰ স্থায়ী উৎস হিচাপে বিবেচন কৰা হয়।
অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য বিধৰ নাম কি?
উত্তৰঃ বিহু নৃত্য।