Class 4 ৰামায়ণ সাধু Sankardev School | বনবাসলৈ যাত্ৰা | Chapter 7 | অধ্য়ায় ৭ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

বনবাসলৈ যাত্ৰা অধ্যায় ৭ (১) এটা বাক্যত উত্তৰ দিয়া- (ক) ৰজা দশৰথৰ মন্ত্ৰীৰ নাম কি আছিল ? উত্তৰঃ ৰজা দশৰথৰ মন্ত্ৰীৰ নাম সুমন্ত্ৰই আছিল । (খ) ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি কিয় পিন্ধিছিল ? উত্তৰঃ ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি Read More …