(ক) পাইখাই (খ) ভূটান (গ) টামডিল (ঘ) লোকটাক উত্তৰঃ টামডিল।
Month: August 2022
৪। শ্বিলং শৃংগৰ উচ্চতা হৈছে ——— মিটাৰ।
(ক) ১৪২২ (খ) ১৬০০ (গ) ১৫২০ (ঘ) ১৯৬৫ উত্তৰঃ ১৯৬৫।
তলৰ কোনটো অসমৰ প্ৰাকৃতিৰ/ ভৌগোলিক ভূ-বিভাজন নহয়?
(ক) ব্ৰহ্মপুত্ৰ উপত্যকা (খ) বৰাক উপত্যকা (গ) উত্তৰ কাছাৰ পৰ্বত (ঘ) নীলাচল পাহাৰ উত্তৰঃ নীলাচল পাহাৰ।
অৰুণাচল প্ৰদেশৰে ইয়াৰ সীমা তিনিখন দেশৰ লগত অংশীদাৰী কৰিছে, দেশ তিনিখন ত্ৰুমে ভূটান, চীন আৰু ——-।
(ক) পাকিস্তান (খ) বাৰ্মা (গ) বাংলাদেশ (ঘ) জাপান উত্তৰঃ বাৰ্মা