ৰামক বুজাবলৈ ভৰতৰ আগমন | Class 4 | Chapter 8 | অধ্য়ায় ৮ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ৰামক বুজাবলৈ ভৰতৰ আগমন অধ্যায় ৮ (১) চমু উত্তৰ দিয়া- (ক) ভৰতে মাকক গালি-শপনি কিয় পাৰিছিল ? উত্তৰঃ ককায়েক ৰামৰ বনগমন আৰু পিতাকৰ মৃত্যুৰ বাতৰি শুনি অতিশয় দুখ পালে | তেওঁ এইবোৰ ষড়যন্ত্ৰৰ কাৰণে মাকক বহুতো গালি-শপনি পাৰিলে। (খ) কৈকেয়ীক মন্থৰাই Read More …