উত্তৰঃ মিছা (ই মৌচিনৰাম)।
Month: August 2022
হাফলং অসমৰ একমাত্ৰ পাৰ্বত্য নিৱাস। (সঁচা/মিছা)
উত্তৰঃ সঁচা।
সঁচা নে মিছা কোৱাঃ
অৰুণাচল প্ৰদেশত অৱস্থিত বিখ্যাত আপাটনী উপত্যকাটোক ঘেঁহুৰ পাত্ৰ হিচাপে জনা যায়। (সঁচা/মিছা) উত্তৰঃ মিছা (ইয়াক চাউলৰ পাত্ৰ হিচাপে জনা যায়।)
ত্ৰিপুৰাৰ কোনখন নদী পশ্বিমৰ ফালে নবয়?
(ক) গোমতী (খ) ড’লৈ (গ) মুলুৰি (ঘ) ফেনি উত্তৰঃ ড’লৈ।