উত্তৰঃ সোৱণশিৰি, পুঠিমাৰি, পাগলাদিয়া, মানুহ, ন দিহিং ইত্যাদি।
Month: August 2022
অসমক কেইটা ভৌগালিক অঞ্চলত ভাগ কৰা হৈছে? নামবোৰ লিখা।
উত্তৰঃ তিনিটা আৰু সেয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।
অৰুণাচল প্ৰদেশৰ কোনখন নদীক তিব্বতত জায়ুল চু হিচাপে জনা যায়?
উত্তৰঃ লোহিত।
অৰুণাচল প্ৰদেশৰ কিমান ধৰণৰ গুৰুত্বপূৰ্ণ পাছ আছে? নামবোৰ লিখা।
উত্তৰঃ চাৰি ধৰণৰ পাছ আছে। সেইবোৰ হ’ল – (i) চৌকান পাছ (ii) পাংচু পাছ (iii) কায়েলা পাছ আৰু (iv) চেলা পাছ