তেওঁ ত্ৰিপুৰা শাসন কৰা শেষ ৰাজকুমাৰ তেওঁ আগৰতালাত বেণুবন বিহাৰ নামৰ এক বুদ্ধ মন্দিৰ আৰু নীৰ মহল নামৰ এটা জল মহল নিৰ্মাণ কৰাইছিস। ১৯৪৭ চনৰ ১৭ মে’ত তেওঁৰ মৃত্যু হয়। তেওঁ কোন আছিল?

উত্তৰঃ বীৰ বিত্ৰুম কিশোৰ মাণিক্য।

তেওঁ মেঘালয়ৰ অন্যতম মহান শ্বহাদ আছিল। ইয়াণ্ডাবু সন্ধি সম্পূৰ্ণ হোৱাৰ পাছত ইংৰাজে লাহে লাহে উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাৰ কৰিবলৈ আগবাঢ়ি অহাৰ সময়ত তেওঁ খাডচফ্ৰাৰ চিয়েম আছিল। তেওঁৰ ঢাকাত মৃত্যু হয়। তেওঁৰ কোন আছিল অনুবাদ কৰা।

উত্তৰঃ ইউ টিৰোট সিং।