উত্তৰঃ ডনি পল’ইজিম।
Month: August 2022
ত্ৰিপুৰাৰ ম’গ সমাজৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি?
উত্তৰঃ বাটৰ নৃত্য বা চাকি নৃত্য।
ছিকিমৰ কোনটো নৃত্যৰ আক্ষৰিক অৰ্থ ”ৰাজহাঁহৰ নৃত্য”?
উত্তৰঃ কাৰ নোক লোক।
ই সবাতোকৈ প্ৰভাৱশীল মিজো সমাজৰ নৃত্য যাক চোলোকিয়াৰ এক ভিন্ন ৰূপ বুলি ক’ব পাৰি।ইয়াৰ নাম উল্লেখ কৰা।
উত্তৰঃ চাৰলামকাই।