উত্তৰঃ ৰাষ্ট্ৰপতি।
Month: August 2022
বি.এন.সিং অৰুণাচল প্ৰদেশ প্ৰথম (ৰাজ্যপাল/মূখ্যমন্ত্ৰী) আছিল।
উত্তৰঃ ৰাজ্যপাল।
১৮৯৪ চনত ছিকিমৰ ৰাজধানী টুমলঙৰ পৰা ——– লৈ স্থানান্তৰিত হয়।
উত্তৰঃ গেংটক।
১৮৮৯ চনত ——- ছিকিমৰ প্ৰথম ৰাজনৈতিক বিষয়া হিচাপে নিযুক্তি হয়।
উত্তৰঃ ক্লাউড হুৱাইট।