(ক) ১৬৭১ চনত (খ) ১৬৯০ চনত (গ) ১৮৭৪ চনত (গ) ১৮৯০ চনত উত্তৰঃ ১৬৭১ চনত।
Month: August 2022
(Author) Kale V. S. and Gupta A., 2001: Introduction to Geomorphology, Orient Longman, Hyderabad.
অসমত কেতিয়া প্ৰথম বিধ্বংসী ভূমিকম্প সংঘটিত হৈছিল?
(ক) ১৫৪৮ চনত (খ) ১৫৭৫ চনত (গ) ১৫৪০ চনত (ঘ) ১৫৫৯ চনত উত্তৰঃ ১৫৪৮ চনত।
গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল?
(ক) ১৬৭৪ (খ) ১৯৪৮ (গ) ১৯৭৯ (গ) ১৮৭৯ উত্তৰঃ ১৯৪৮।