উত্তৰঃ শিৱ’ দল।
Month: August 2022
———- অসমৰ একমাত্ৰ স্থান য়’ত তিনিটা ধৰ্ম, যেনেঃ হিন্দু, বৌদ্ধ আৰু ইছলাম ধৰ্মৰ ,সহ অৱস্থান পৰিলক্ষিত হয়।
উত্তৰঃ হাজো।
———— অসমৰ প্ৰথম ধৰ্ম সংস্কাৰক।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
অৰুণাচল প্ৰদেশৰ নক্টে জনজাতি ——– ৰ অনুসৰণকাৰী।
উত্তৰঃ বৈষ্ণৱ ধৰ্ম।