উত্তৰঃ ১৯৬১।
Month: August 2022
অতীতত অৰুণাচল প্ৰদেশক কি নামেৰে জনা যায়?
উত্তৰঃ উত্তৰ-পূৰ্ব সীমান্ত অঞ্চল।
ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ তিনিবাৰ ভ্ৰমণ কৰিছিল?
উত্তৰঃ ৰাজীৱ গান্ধী।
কোন চনত ছোগিয়াল প্ৰথম শাসন হয়?
(ক) ১৬৪০ (খ) ১৬৪১ (গ) ১৬৪২ (ঘ) ১৬৪৩ উত্তৰঃ ১৬৪২।