উত্তৰঃ নাগালেণ্ড পূৰ্বতে নগা পাহাৰ হিচাপে জনজাত আছিল।
Month: August 2022
শ্বিলং চুক্তি কাৰ মাজত আৰু ক’ত স্বক্ষৰিত হৈছিল?
উত্তৰঃ নাগা নেছনেল কাউন্সিলৰ প্ৰতিনিধিৰ লগতে ইয়াৰ ফেডাৰেল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত শ্বলঙত হৈছিল।
ৰাজকীয় বুৰঞ্জীক মণিপুৰত স্থানীয়ভাৱে কি কোৱা হয়?
উত্তৰঃ চেইথাৰ’ল কুম্পাবা।
কোন চনত আৰু ক’ত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ হৈছিল?
উত্তৰঃ ১৬৮১ চনত ইটাখুলিত।