ভূগোল অধ্য়য়ন Chapter 13 | Class 5 Social Science Question and Answer |

১। চমুকৈ উত্তৰ লিখা- (ক) ভূচিত্ৰাৱলীত কি থাকে? উত্তৰঃ ভূচিত্ৰাৱলীত চেশ-বিদেশ, ৰাজ্য়, জিলা আদিৰ মানচিত্ৰ স্পষ্টকৈ দেখুওৱা থাকে। (খ) মানচিত্ৰ বুলিলে কি বুজা? উত্তৰঃ সহজভাষাত মান অনুসৰি অঁকা চিত্ৰকে মানচিত্ৰ বোলে। (গ) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল কাক বোলে? উত্তৰঃ যি ভূগোলত বায়ুমণ্ডল, Read More …