উত্তৰঃ নামটিয়াং।
Month: August 2022
মেঘালয়ত অৱস্থিত ———— গীৰ্জা সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম আৰু প্ৰচীনতম গীৰ্জা।
উত্তৰঃ নাংচাওলিয়া প্ৰেচবাইৰেৰিয়াম।
মণিপুৰৰ প্ৰাচীনতম মন্দিৰটো হৈছে বিষেণপুৰ নগৰত অৱস্থিত ————-।
উত্তৰঃ বিষ্ণু মন্দিৰ।
প্ৰায় ———– গৰাকী দেৱী-দেৱতা মণিপুৰৰ মেইতীসকলে পূজা কৰে।
উত্তৰঃ ৩৬৪।