(ক) ১ (খ) ২ (গ) ৩ (ঘ) ৪ উত্তৰঃ ১।
Month: August 2022
ৰাজ্যসভাক নাগালেণ্ডৰ কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে?
(ক) ২ (খ) ৩ (গ) ১ (ঘ) ৪ উত্তৰঃ ১।
ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা নাগালপেণ্ডৰ ভাৰতৰ ১৬ তম ৰাজ্য হিচাপে স্বীকৃতি পায়?
(ক) ১২ তম (খ) ১৩ তম (গ) ১৪ তম (ঘ) ১৯ তম উত্তৰঃ ১৩ তম।
ৰাজ্যসভাত নাগালেণ্ডৰ কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে?
(ক) ১ (খ) ৩ (গ) ২ (ঘ) ৫ উত্তৰঃ ১।