উত্তৰঃ ন্যাৰি ৱেলি।
Month: August 2022
অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ পি.কে. থুংগন।
অৰুণাচল প্ৰদেশৰ ৰাজধানী শ্বিলঙৰ পৰা ইটানগৰলৈ কেতিয়া স্থানান্তৰ কৰা হয়?
উত্তৰঃ ১ জুন, ১৯৭৪।
কোন চনত অৰুণাচল প্ৰদেশত পঞ্চায়তীৰাজ প্ৰৱৰ্তন কৰা হয়?
উত্তৰঃ ১৯৬৭।