উত্তৰঃ গোপীনাথ বৰদলৈ।
Month: August 2022
অসমৰ কোন ঠাইক উচ্চ ন্যায়ালয় অৱস্থত?
উত্তৰঃ গুৱাহাটী।
অসমত ত্ৰিস্তৰীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আছে। ইয়াৰ নামবোৰ ক’ব পাৰিবা নে?
উত্তৰঃ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।
ৰাজ্যসভাত কিমানজন সদস্যই অসমক প্ৰতিনিধিত্ব কৰে?
উত্তৰঃ ৭ জন।