উত্তৰঃ ২০ ফেব্ৰুৱাৰী, ১৯৮৭।
Month: August 2022
মিজোৰামৰ প্ৰধান মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ চুংগা।
ৰাজ্যসভাত মেঘালয় কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে?
উত্তৰঃ এজন।
মণিপুৰত দুটা সংসদীয় নিৰ্বাচনী সমষ্টি আছে। সেইকেইটাৰ নাম কব পাৰিবা নে?
উত্তৰঃ ইয়াৰ মণিপুৰ সমসদীয় নিৰ্বাচন ক্ষেত্ৰ আৰু আউটাৰ মণিপুৰ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ।