উত্তৰঃ ৰুমটেক্ মঠ।
Month: August 2022
——- ছিকিমৰ মুখ্য ধৰ্ম।
উত্তৰঃ বৌদ্ধ ধৰ্ম।
মিজোৰামৰত বাস কৰা চাকমা জনজাতিৰ লোকসকল ————- ধৰ্মালম্বী।
উত্তৰঃ বৌদ্ধ।
নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত ———- সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জা।
উত্তৰঃ কেথ’লিক গীৰ্জা।