(ক) বঙাইগাওঁ (খ) ডিগবৈ (গ) নুমলীগড় (ঘ) নুনমাটি উত্তৰঃ বঙাইগাও।
Month: August 2022
অৰুণাচল প্ৰদেশৰ চিমেণ্ট কাৰখানা ——- ত অৱস্থিত।
(ক) লোহিত (খ) তেজু (গ) পাছিঘাট (ঘ) দিৰাং উত্তৰঃ তেজু।
——- ত্ৰিপুৰাত উৎপাদন হোৱা মুখ্য খাদ্য শস্য।
উত্তৰঃ ধান।
——— নাগালেণ্ডৰ অধিবাসীসকলৰ মূখ্য খাদ্য শস্য।
উত্তৰঃ ধান।