উত্তৰঃ ডিগবৈ তেল শোধানাগাৰ(ভাৰতীয় তেল নিগমৰ দ্বাৰা ১৮৯০ চনত স্থাপিত।
Month: August 2022
অৰুণাচল প্ৰদেশৰ কোনখন জিলা মাৰ্বল শিলৰ বাবে বিখ্যাত?
উত্তৰঃ তেজু।
———- ছিকিমৰ বাসিন্দৰ প্ৰধান খাদ্য শস্য।
(ক) চাউল (খ) ঘেঁহু (গ) গোমধান (ঘ) ধান উত্তৰঃ গোমধান।
কোন চনত মণিপুৰত ঔদ্যোগিৰ বিকাশ নিগম স্থাপিত হয়?
(ক) ১৯৭০ (খ) ১৯৭৫ (গ) ১৯৬৯ (ঘ) ১৯৭৮ উত্তৰঃ ১৯৬৯।